নলবাৰী জিলাৰ বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত আয়োজিত ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী প্ৰাইজমাণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয় খন প্ৰিকোৱাৰ্টাৰ ফাইনেলত লোহাৰকাঠা যুৱক সংঘই কেতেকীবাৰী জ্ঞানদীপ সংঘক ৬-৫ গলত পৰাস্ত কৰি জয়লাভ কৰে৷উল্লেখ্য যে খেলখনৰ প্ৰথমাৰ্ধ গ’ল শূন্য ভাবে সমাপ্ত হোৱাৰ পিচত দ্বিতীয়ৰ্ধৰ শেষৰ ফালে দুয়ো দলে ১-১ গ’ল লাভ কৰাত খেলখন গ’ল শূন্য ভাবে সমাপ্ত হল৷ইয়াৰ পিচত খেল পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে পূনৰ ট্ৰাইবেকাৰ পদ্ধতিত লোহাৰকাঠাই কেতেকীবাৰীক ৫-৪ গ’লত পৰাস্ত কৰি জয়লাভ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માહી ગ્રુપના બાળ સભ્યનું રાષ્ટ્ર સૃજન અભિયાનના અધ્યક્ષ દ્વારા સન્માન કરાયું
માહી ગ્રુપના બાળસભ્ય દેવ કમલભાઈ ગોસલીયાનુ સન્માન કરવામાં આવ્યુંરાષ્ટ્ર સૃજન અભિયાન ના...
New FASTag Rule: विंडशील्ड पर इस तरह नहीं चिपकाया फास्टैग तो देना पड़ जाएगा डबल टोल, आ गया नया नियम
राष्ट्रीय राजमार्ग प्राधिकरण यानी NHAI ने निर्बाध आवाजाही सुनिश्चित करने के लिए दिशानिर्देश जारी...
ST SC कोर्ट बूंदी ने नाबालिक पीड़िता को घर से उठाकर ले जाने और बलात्कार करने के मामले में सुनाई 10 वर्ष की सजा 30000 रुपए के जुर्माने से दंडित किया
दिनांक 27. 11 .2021 को 6:50 पीएम पर पीड़िता ने अपनी मां के थाना बसोली में उपस्थित होकर एक तहरीरी...