নলবাৰী জিলাৰ বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত আয়োজিত ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী প্ৰাইজমাণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয় খন প্ৰিকোৱাৰ্টাৰ ফাইনেলত লোহাৰকাঠা যুৱক সংঘই কেতেকীবাৰী জ্ঞানদীপ সংঘক ৬-৫ গলত পৰাস্ত কৰি জয়লাভ কৰে৷উল্লেখ্য যে খেলখনৰ প্ৰথমাৰ্ধ গ’ল শূন্য ভাবে সমাপ্ত হোৱাৰ পিচত দ্বিতীয়ৰ্ধৰ শেষৰ ফালে দুয়ো দলে ১-১ গ’ল লাভ কৰাত খেলখন গ’ল শূন্য ভাবে সমাপ্ত হল৷ইয়াৰ পিচত খেল পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে পূনৰ ট্ৰাইবেকাৰ পদ্ধতিত লোহাৰকাঠাই কেতেকীবাৰীক ৫-৪ গ’লত পৰাস্ত কৰি জয়লাভ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market Today | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awaaz
Share Market Today | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awaaz
मोठा धक्का, धनुष्यबाण चिन्ह निवडणूक आयोगाने गोठवलं
BIG BREAKING : उद्धव ठाकरेंना सर्वात मोठा धक्का, धनुष्यबाण चिन्ह निवडणूक आयोगाने गोठवलं
29 સપ્ટેમ્બરના રોજ PM ભાવનગરમાં રોડ શો કરશે
#buletinindia #gujarat #bhavnagar
গোলাঘাটত শ্ৰী শ্ৰী জগন্নাথৰ মহাস্নান শুভাৰম্ভ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।
২০ জুনৰ পৰা ২৮ জুনলৈ বিশাল আয়োজনে গোলাঘাট নগৰত প্ৰথমবাৰৰ বাবে শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ আজি...