প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২সংখ্যক জন্মদিৱসৰ দিনাই নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পানবাৰী গাঁও পঞ্চায়তত অমৃত সৰোবৰ আঁচনিৰ শুভ উদ্ধোধন কৰা হয়। শুভ উদ্বোধন আৰু মাঙ্গলিক কাৰ্য সমাপন কৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাই। উক্ত অনুস্থানত উপস্থিত থাকে নাৰায়ণপুৰৰ উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়া শৈলেন চুতীয়া,পানবাৰী গাঁও পঞ্চায়তৰ সভানেত্রী দীপ্তি দেউৰী,জেষ্ঠ বিজেপি নেতা লক্ষীকান্ত বৰাকে ধৰি বহুকেইজন বিজেপি নেতা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাৰিদুৱাৰতো সুধাকণ্ঠৰ ৯৭ সংখ্যক জন্ম জয়ন্তী উদযাপন
সমগ্ৰ ৰাজ্যৰ লগতে শোনিতপুৰৰ চাৰিদুৱাৰতো সুধাকণ্ঠক স্মৰন। সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্ম...
બનાસકાંઠા જિલ્લા પંચાયત દ્વારા માર્ગ અને મકાન વિભાગ ની ખુલી પોલ......
બનાસકાંઠા જિલ્લાના માર્ગ અને મકાન વિભાગની ખુલી પોલ
બનાસકાંઠા જિલ્લાના માર્ગ અને...
সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ দ্বি বাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ
যোৱা ইংৰাজী ৪ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি আৰু মৰাণ জাতীয়...
When Nysa Devgn exits the car, she bangs her head and gets criticism from online users. - Newzdaddy
Nysa Devgn is one of the most well-liked star kids out there. She has huge social media...
સુરેન્દ્રનગર જીલ્લા FPS એસોસિએશન એ કલેકટર ને આવેદનપત્ર આપી કરી રજૂઆત
સુરેન્દ્રનગર જીલ્લા FPS એસોસિએશન એ કલેકટર ને આવેદનપત્ર આપી કરી રજૂઆત