প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২সংখ্যক জন্মদিৱসৰ দিনাই নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পানবাৰী গাঁও পঞ্চায়তত অমৃত সৰোবৰ আঁচনিৰ শুভ উদ্ধোধন কৰা হয়। শুভ উদ্বোধন আৰু মাঙ্গলিক কাৰ্য সমাপন কৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাই। উক্ত অনুস্থানত উপস্থিত থাকে নাৰায়ণপুৰৰ উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়া শৈলেন চুতীয়া,পানবাৰী গাঁও পঞ্চায়তৰ সভানেত্রী দীপ্তি দেউৰী,জেষ্ঠ বিজেপি নেতা লক্ষীকান্ত বৰাকে ধৰি বহুকেইজন বিজেপি নেতা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Karnataka: पूर्व मंत्री जनार्दन रेड्डी और उनकी पत्नी की संपत्तियों की होगी कुर्की, विशेष अदालत ने दी अनुमति
बेंगलुरु, बेंगलुरु की एक विशेष अदालत ने बेल्लारी में अवैध लौह अयस्क खनन घोटाले में आरोपित...
গোলাঘাটত নাৰী দিৱস উদযাপন
আজি ডি আৰ ডি এ গোলাঘাট কনফাৰেন্স হলত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়।এই অনুষ্ঠানৰ আয়োজন...
Truck Drivers Strike से महंगाई की मार... रोजाना हो रहा इतने सौ करोड़ का नुकसान... ABP Live
Truck Drivers Strike से महंगाई की मार... रोजाना हो रहा इतने सौ करोड़ का नुकसान... ABP Live
अपने संबोधन में तारीफ कर पहनाए माला फिर सपा नेता को जड़ दिए कई थप्पड़। देखें रिपोर्ट में
अपने संबोधन में तारीफ कर पहनाए माला फिर सपा नेता को जड़ दिए कई थप्पड़।
जनपद जौनपुर तहसील...
গুৱাহাটীৰ চচলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী
গুৱাহাটীৰ চচলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।