সমস্ত ৰহাত ৭৯তম্ স্বাধীনতা দিৱস উল্লহ মালহেৰে পালন কৰাৰ লগতে ৰহা নতুন চাৰিআলিত ৰহা আঞ্চলিক শ্ৰমিক উন্নয়ন সমিতি আৰু ট্ৰাক চালক সন্থাই যুটীয়া ভাবে পালন কৰা ৭৯তম্ স্বাধীনতা দিৱস ত শ্ৰমিক উন্নয়ন সমিতিৰ সভাপতি গীৰেন বৰদলৈ আৰু মাধব মুদৈয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে পতাকা উওোলন কৰে।
সম্পাদক টুটু গাঁওখোৱাই আঁত ধৰা অনুষ্ঠানত শ্ৰমিক উন্নয়ন সমিতি আৰু ট্ৰাক চালক সন্থা ৰ উপদেষ্টা ৰাজেন গাঁওখোৱা,ভদ্ৰ চিংংফৰ সহ শ্ৰমিক উন্নয়ন সমিতিৰ, ট্ৰাক চালক সন্থা ৰ সদস্য, সদস্যা সহ গনমান্য ব্যক্তি উপস্থিত থাকে।