কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠন সমূহে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্য দল-সংগঠন সমূহ। বৃহস্পতিবাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছয় জনগোষ্ঠীৰ নেতৃত্বই। ৰাজ্যৰ ৰাজপথত জ্বলিল দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰতিকৃতি । ইয়াৰ ওপৰিও 26 ছেপ্তেম্বৰ তাৰিখে 24 ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই। ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে আজি মৰাণ জনজাতিকৰণক লৈ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰকাশ কৰি কয়, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাটো মই বিছাৰো। অসমৰ খিলঞ্জীয়া ছয়টা জনগোষ্ঠীয়ে যি জনজাতিৰ মৰ্য্যদা বিচাৰিছে এইটো পাব লাগে। ইতিমধ্য কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কাম আগবঢ়াইছে বুলি কয় বিধায়ক চক্ৰধৰ গগৈয়ে। আনহতে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই 26 ছেপ্তেম্বৰ তাৰিখে 24 ঘন্টীয়া অসম বন্ধ ঘোষণা কৰাক লৈ বিধায়ক জনে কয় প্ৰতিবাদ কৰাটো সকলো গণতান্ত্ৰিক অধিকাৰ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Video: Arvind Kejriwal vs Gujarat Cops Over Visiting Auto Driver's Home
Video: Arvind Kejriwal vs Gujarat Cops Over Visiting Auto Driver's Home
চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত মিছন ৰোডৰ পৰা জিলা চুতীয়া ছাত্ৰ সন্থাৰ জোৰ সমদল বাহিৰ l চুতীয়া
চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত মিছন ৰোডৰ পৰা জিলা চুতীয়া ছাত্ৰ সন্থাৰ জোৰ সমদল বাহিৰ l চুতীয়া...
મેન્ટેનન્સની કામગીરીને લઈ વિજ પુરવઠો ખોરવાયો
ખેડબ્રહ્મા શહેરના વિવિધ વિસ્તારોમાં ugvcl કચેરી દ્વારા પૂરું પાડવામાં આવતો વીજ પુરવઠો પુરવાયો હતો...