আটাছুৰ পাটসাঁকো আঞ্চলিক সমিতিৰ উদ্যোগত আলাবৈ ৰণত শ্বহীদলৈ বন্তি প্ৰজ্বলন ও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
১৬৬৯ চনৰ ৫ আগষ্ট অৰ্থাৎ আজিৰ এই ঐতিহাসিক দিনটোতে আলাবৈ ৰণত শ্বহীদ হোৱা আহোম তথা অসমীয়া ১০,০০০ বীৰ সৈনিকে প্ৰাণৰ বলিদান দিছিল সেয়েহে আটাছু পাটসাঁকো আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।