নাজিৰা সমষ্টিৰ গেলেকীত বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই অবৈধ সুৰাৰ ঘাটিৰ পৰা বৃহৎ সংখ্যক সুৰা জব্দ কৰে ।