গোলাঘাট জিলাৰ কাকডোঙাকে ধৰি বিভিন্ন স্থানত গৰুৰ মুখৰ আৰু ভৰিৰ ৰোগৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষেধক প্ৰদান l গোলাঘাট জিলাৰ কাকডোঙাকে ধৰি বিভিন্ন স্থানত গৰুৰ মুখৰ আৰু ভৰিৰ ৰোগৰ প্ৰতি লক্ষ্য ৰাখি আজি National Animal Disease Control Program ৰ জৰিয়তে গৰুক প্ৰতিষেধক প্ৰদান কৰা হয় l গুৰু মৃত্যু ৰোধ কৰা আৰু মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি National animal disease control program ৰ বিষয় ববিয়া সকলে জানিবলৈ দিয়ে