এখন ফটোই আজি চচিয়েল মেডিয়াত খলকনি তুলিছে৷এজন শিক্ষকেে বিনা বেতনে ২৫ বছৰ কাম কৰিও চাকৰিটো নিয়মীয়া নোহোৱাত চচিয়েল মেডিয়া যোগে হাতত কাহি বাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে৷উল্লেখ্য যে বৰক্ষেত্ৰী সমষ্টিৰ ১৯৯৬ চনতে স্থাপিত হোৱা এখন বিদ্যালয়ৰ পাচজন শিক্ষকৰ তিনি গৰাকী টিউটৰ হিচাবে নিযুক্তি পোবাৰ পিচত দুজন বঞ্চিত হৈছিল৷তাৰে এজন বঞ্চিত শিক্ষক হল মিটিল হুছেইন৷আজি তেওঁ কাহি বাতিলৈ চৰকাৰক দাইল,ভাত,মাছ মাংস বিছাৰিছে৷তেওঁ কৈছে বৰ্তমানৰ চৰকাৰৰ দিনত শিক্ষকৰ বিলৈ চাওঁক৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उदगीर मे आयएएस कोच समीर सीद्दीकी उर्दू अदबी साहित्य सम्मेलन मे संबोधित किया
Live उदगीर मे आयएएस कोच समीर सीद्दीकी उर्दू अदबी साहित्य सम्मेलन मे संबोधित किया
चराईदेव जिले में अरुणोदय माह का शुभारंभ
चराईदेव जिले में अरुणोदय माह का शुभारंभ
মঙ্গলদৈত ATM সালসলনি কৰি লুটি নিলে ১লাখ ৭০ হাজাৰ টকা
মঙ্গলদৈত ATM সালসলনি কৰি লুটি নিলে ১লাখ ৭০ হাজাৰ টকা।দুষ্টচক্ৰৰ টাৰ্গেট সহজ সৰল অৱসৰী লোক।...