সমগ্ৰ ৰাজ্যত চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে ৰূপায়ন কৰিছে জলজীৱন মিচন নামেৰে এক অভিলাষী আঁচনি। যি আঁচনিৰ জৰিয়তে চুকে কোনে চুবুৰীয়ে চুবুৰীয়ে ৰাইজৰ বাবে যোগান ধৰিব বিশুদ্ধ খোৱাপানী । গোলাঘাট জিলাতো ক্ষীপ্ৰতাৰে জল জীৱন মিছনৰ কাম ছলিছে। গোলাঘাট জিলাৰ চুকে কোনে চুবুৰীয়ে চুবুৰীয়ে জল জীৱন মিছনৰ কাম আৰম্ভ হৈছে। কোনো ঠাইত সম্পূৰ্ণ হৈছে। কোনো ঠাইত চলি আছে আঁচনিৰ কাম। মৰঙী মৌজাৰ ভিন্ন ঠাইতো চলি আছে এই কাম।মৰঙী মৌজাৰ মুৰফুলনীত চলি আছে আঁচনিৰ কাম। আজি মৰঙী মৌজাৰ মুৰফুলনীত ফুলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দখৰা পথাৰ গাঁৱত অনুষ্ঠিত হোৱা গাঁও সভাত দখৰা পথাৰ পানী যোগান আঁচনিৰ পৰিচলনা সমিতি গঠন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Shankhnaad: अबकी बार Chhattisgarh में बदलाव तय- PM Modi | Chhattisgarh Election 2023 | Rahul Gandhi
Shankhnaad: अबकी बार Chhattisgarh में बदलाव तय- PM Modi | Chhattisgarh Election 2023 | Rahul Gandhi
আজি শ্বহীদ দিৱস,নিজহাতে চিত্ৰ অংকন কৰি গান্ধীজীক শ্ৰদ্ধা জনালে অষ্টম শ্ৰেণীৰ ছাত্ৰই
আজি মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিন৷দেশজুৰি আজিৰ দিনটোক শ্বহীদ দিৱস হিচাবে উদযাপন কৰিছে৷ৰজা...
ગુજરાત રાજસ્થાન બોર્ડર પરથી કરોડોની રકમ ઝડપાવવાનો મામલો...
ગુજરાત રાજસ્થાન બોર્ડર પરથી કરોડોની રકમ ઝડપાવવાનો મામલો...
Loksabha Elections 2024 चुनाव में किस रणनीति के जरिए बीजेपी बनाएगी हैट्रिक? जानिए | ABP News
Loksabha Elections 2024 चुनाव में किस रणनीति के जरिए बीजेपी बनाएगी हैट्रिक? जानिए | ABP News
नहीं रहे इंदौर के बड़े भैया, विष्णुप्रसाद शुक्ला को याद कर हर आंख हुई नम! MP News Indore
नहीं रहे इंदौर के बड़े भैया, विष्णुप्रसाद शुक्ला को याद कर हर आंख हुई नम! MP News Indore