মাজুলীৰ এজন শিক্ষকে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক তথা প্ৰকৃতিপ্ৰেমী প্ৰবীণ কুমাৰ দত্তই বিগত সময়চোৱাত আঘাতপ্ৰাপ্ত পক্ষী উদ্ধাৰ কৰি সুশ্ৰুষা কৰাৰ লগতে বিভিন্ন সময়ত খাদ্যৰ সন্ধান বা অন্য কাৰণতে হওক হাবিৰ পৰা ওলাই আহি মানুহৰ গৃহত প্ৰৱেশ কৰা বিষধৰ সাপ নিজে ধৰি নিৰাপদ স্থানত এৰি দি আহিছে। যি সময়ত একাংশ অসাধু লোকে বন্য প্ৰাণীৰ ওপৰত অবাধ ধংস চলাই আহিছে সেই সময়ত শিক্ষক গৰাকীয়ে দেখুওৱা প্ৰকৃতি প্ৰেমৰ উদাহৰণ আন বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কঞাঁ ক্ৰিকেট ক্লাবৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক প্ৰাইজমাণী টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন।
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞাঁ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাঁ গাওঁৰ কঞাঁ ক্ৰিকেট ক্লাবৰ সৌজন্যত অইন...
Chhatrapati Sambhaji Nagar | खरिपाच्या तयारीत शेतकरी व्यस्त | Marathi News
Chhatrapati Sambhaji Nagar | खरिपाच्या तयारीत शेतकरी व्यस्त | Marathi News
आता तुमची बारी आली - आमदार सातपुते
देशाशी गद्दारी करणाऱ्या पिएफआय या देशद्रोही संघटनेवर बंदी आणून त्यांच्या नांग्या ठेचल्याबद्दल...
મોતના ખાડા કોઈ નિર્દોષનો ભોગ લેશે...?
લાખણી મુખ્ય બજારમાં મોતના ખાડા કોઈ નિર્દોષનો ભોગ લેશે...
લાખણી ગ્રામ પંચાયતનો કથળતો...