সমগ্ৰ ৰাজ্যত চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে ৰূপায়ন কৰিছে জলজীৱন মিচন নামেৰে এক অভিলাষী আঁচনি। যি আঁচনিৰ জৰিয়তে চুকে কোনে চুবুৰীয়ে চুবুৰীয়ে ৰাইজৰ বাবে যোগান ধৰিব বিশুদ্ধ খোৱাপানী । গোলাঘাট জিলাতো ক্ষীপ্ৰতাৰে জল জীৱন মিছনৰ কাম ছলিছে। গোলাঘাট জিলাৰ চুকে কোনে চুবুৰীয়ে চুবুৰীয়ে জল জীৱন মিছনৰ কাম আৰম্ভ হৈছে। কোনো ঠাইত সম্পূৰ্ণ হৈছে। কোনো ঠাইত চলি আছে আঁচনিৰ কাম। মৰঙী মৌজাৰ ভিন্ন ঠাইতো চলি আছে এই কাম।মৰঙী মৌজাৰ মুৰফুলনীত চলি আছে আঁচনিৰ কাম। আজি মৰঙী মৌজাৰ মুৰফুলনীত ফুলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দখৰা পথাৰ গাঁৱত অনুষ্ঠিত হোৱা গাঁও সভাত দখৰা পথাৰ পানী যোগান আঁচনিৰ পৰিচলনা সমিতি গঠন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Election 2024: Sonia, Priyanka और Kharge की मौजूदगी में Rahul Gandhi ने Raebareli से किया नामांक
Election 2024: Sonia, Priyanka और Kharge की मौजूदगी में Rahul Gandhi ने Raebareli से किया नामांक
SURENDRANAGAR : કેનાલમાં લીકેજ થતા તંત્રની બેદરકારી આવી સામે
SURENDRANAGAR : કેનાલમાં લીકેજ થતા તંત્રની બેદરકારી આવી સામે
साने गुरुजी विद्यालयात कारगिल विजयी दिवस साजरा
साने गुरुजी विद्यालयात कारगिल विजयी दिवस साजरा २६ जुलै हा भारतीय सैन्यासाठी शौर्याचा दिवसऔरंगाबाद
তিনিচুকীয়াৰ বৰবজাৰৰ পৰা আৰক্ষীৰ এটি শিশু শ্ৰমিক উদ্ধাৰ
তিনিচুকীয়াৰ বৰবজাৰৰ পৰা আৰক্ষীয়ে এটি শিশু শ্ৰমিক উদ্ধাৰ কৰে ৷ উক্ত ঘটনাৰ সন্দৰ্ভত আটছা জিলা...
The Gujju Talk Show With Nadeem Wadhwania | Maulik Mehta | Gujarati Film Industry
The Gujju Talk Show With Nadeem Wadhwania | Maulik Mehta | Gujarati Film Industry