বৃহস্পতিবাৰে সন্ধিয়া নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘগ্ৰাপাৰৰ দক্ষিণ গাৱঁত নিৰ্মাণৰত অৱস্থাত থকা মেডিকেল কলেজখন পৰ্য্যবেক্ষন কৰে৷পৰ্য্যবেক্ষনৰ সময়ত মেডিকেল কলেজখনৰ সকলো কামকাজ তন্নতন্নকৈ চোৱাৰ অন্তত বিষয়া সকলৰ লগত আলোচনাত মিলিত হয়৷আলোচনাৰ অন্তত মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে অহা অক্টোবৰ বা নভেম্বৰত মেডিকেল কলেজ খন ৰাইজৰ বাবে মুকলি কৰি দিব পৰা যাৱ৷এই সম্পৰ্কত ইতিমধ্যে যাৱতীয় কামকাজ সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દ્વારકા જિલ્લામાં પ્રશાસનની ઘોર બેદરકારી
#buletinindia #dwarka
World Cup 2023: पहली बार Srilanka और Netherlands का मुकाबला, किसकी होगी जीत | वनइंडिया हिंदी
World Cup 2023: पहली बार Srilanka और Netherlands का मुकाबला, किसकी होगी जीत | वनइंडिया हिंदी
Loksabha Election 2024: Kejriwal की किस्मत का फैसला जनता करेगी- Sanjay Raut | Maharashtra Politics
Loksabha Election 2024: Kejriwal की किस्मत का फैसला जनता करेगी- Sanjay Raut | Maharashtra Politics
સાંતલપુર પીપરાળા પાસે અકસ્માતની ઘટના | SatyaNirbhay News Channel
સાંતલપુર પીપરાળા પાસે અકસ્માતની ઘટના | SatyaNirbhay News Channel