আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপ আৰক্ষী অধীক্ষক ৰূপত দৌৰবিদ হিমা দাস। ৰাইজৰ মৰম আশীৰ্বাদ পালে আগবাঢ়ি যাবলৈ সাহস পাও বুলি মন্তব্য কৰে হিমা দাসে ।