বৃহস্পতিবাৰে সন্ধিয়া নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘগ্ৰাপাৰৰ দক্ষিণ গাৱঁত নিৰ্মাণৰত অৱস্থাত থকা মেডিকেল কলেজখন পৰ্য্যবেক্ষন কৰে৷পৰ্য্যবেক্ষনৰ সময়ত মেডিকেল কলেজখনৰ সকলো কামকাজ তন্নতন্নকৈ চোৱাৰ অন্তত বিষয়া সকলৰ লগত আলোচনাত মিলিত হয়৷আলোচনাৰ অন্তত মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে অহা অক্টোবৰ বা নভেম্বৰত মেডিকেল কলেজ খন ৰাইজৰ বাবে মুকলি কৰি দিব পৰা যাৱ৷এই সম্পৰ্কত ইতিমধ্যে যাৱতীয় কামকাজ সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नए वेरिएंट में लॉन्च हुआ Samsung Galaxy F15 5G स्मार्टफोन, 6000 mAh बैटरी के साथ 50MP कैमरा से लैस
नए वेरिएंट को 15999 रुपये की कीमत में खरीदा जा सकता है। ग्राहकों को सेल के दौरान कई ऑफर्स का लाभ...
सफ्राई शांतिपुर गॉव में अजगर बरामद एक व्यक्ति के अनाज भण्डार गृह से
सफ्राई शांतिपुर गॉव में अजगर बरामद एक व्यक्ति के अनाज भण्डार गृह से
Pet Dog Bites Kid In Ghaziabad's Residential Society Elevator, Owner Remains Unfazed | WATCH
Pet Dog Bites Kid In Ghaziabad's Residential Society Elevator, Owner Remains Unfazed | WATCH
વીજળીના કડાકા ભડાકા અને પવનના સુસવાટા સાથે વરસાદનું આગમન
વીજળીના કડાકા ભડાકા અને પવનના સુસવાટા સાથે વરસાદનું આગમન