অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণত কেন্দ্ৰীয় চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে নাৰায়ণপুৰত প্ৰতিবাদ ৷ কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত নাম নাই অসমৰ । অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰতো ক্ষোভ প্ৰকাশ কৰিছে টাই আহোমৰ বিভিন্ন দল সংগঠন ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
युवा सेनेचे मेळावे यशस्वी करा - विरोधी पक्षनेता अंबादास दानवे
औरंगाबाद:- दि.१५ स.(दीपक परेराव) औरंगाबाद जिल्ह्यात युवा सेनेचे १९ व २० सप्टेंबर रोजी मेळावे...
Death at 66 of actor-director Satish Kaushik. - Newzdaddy
"Such an abrupt conclusion to a 45-year friendship! Without you, life will never be the same...
आपकी गलत रिपोर्टिंग से हो सकता है एक और संघर्ष
डिजिटल मीडिया के जरिए फेक न्यूज़ फैलने वाली समस्याओं और प्रतिबंधात्मक उपायों, विवादात्मक...
হিজুগুৰিত বিকি মাহাতু নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাক তীব্ৰ চাঞ্চল্য
হিজুগুৰিত বিকি মাহাতু নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ পৰিয়ালে এয়া...