জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত কাকপথাৰত মৰাণ ছাত্ৰ সন্থা, মৰাণ মহিলা পৰিষদ , মটক যুৱ ছাত্ৰ সন্মিলনীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেউটা সংগঠনৰ প্ৰায় শতাধিক কৰ্মীয়ে ১৫ নং ৰাজপথ অৱৰোধ কৰি কাকপথাৰ চহৰৰ মাজমজিয়াত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ , কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা , কিৰেণ ৰিজিজুৰ লগতে ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ ইয়াৰ পাছতে ডুমডুমা আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ যোগেদি ৰাজ্যৰ ভৈয়াম জনজাতি মন্ত্ৰী ৰনোজ পেগুলৈ স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস পালন
অসমৰ বাতৰি কাকতৰ পীঠস্থান উজনিৰ ডিব্ৰুগড় চহৰৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব চমুকৈ...
આપણું રાધનપુર હરિયાળું રાધનપુર | SatyaNirbhay News Channel
આપણું રાધનપુર હરિયાળું રાધનપુર | SatyaNirbhay News Channel
स्वातंत्र्याचा अमृत महोत्सव’निमीत्त जुन्नर तालुक्यातील उपक्रम
‘स्वातंत्र्याचा अमृत महोत्सव’ निमीत्त महाराजस्व अभियान अंतर्गत जुन्नर तहसील...
Nitish Kumar यूपी से लड़ेंगे चुनाव, Election 2024 को लेकर क्या है प्लान ? | वनइंडिया हिंदी *Politics
Nitish Kumar यूपी से लड़ेंगे चुनाव, Election 2024 को लेकर क्या है प्लान ? | वनइंडिया हिंदी *Politics
પાલનપુરમાં પેટ્રોલ છાંટી સળગેલા પૂર્વ નગરસેવિકાનું સારવાર દરમિયાન મોત
પાલનપુરમાં 6 દિવસ અગાઉ પોલીસ ચોકીમાં જવાબ લખાવવા ગયેલા પૂર્વ કોર્પોરેટર નગરસેવિકા ગુલશનબેન...