জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত কাকপথাৰত মৰাণ ছাত্ৰ সন্থা, মৰাণ মহিলা পৰিষদ , মটক যুৱ ছাত্ৰ সন্মিলনীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেউটা সংগঠনৰ প্ৰায় শতাধিক কৰ্মীয়ে ১৫ নং ৰাজপথ অৱৰোধ কৰি কাকপথাৰ চহৰৰ মাজমজিয়াত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ , কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা , কিৰেণ ৰিজিজুৰ লগতে ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ ইয়াৰ পাছতে ডুমডুমা আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ যোগেদি ৰাজ্যৰ ভৈয়াম জনজাতি মন্ত্ৰী ৰনোজ পেগুলৈ স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા શહેરના માંજલપુર વિસ્તારમાં ૨૨ વર્ષીય યુવતીએ ગળે ફાંસો ખાઈ જીવન ટૂંકાવ્યું
વડોદરા શહેરના માંજલપુર વિસ્તારમાં ૨૨ વર્ષીય યુવતીએ ગળે ફાંસો ખાઈ જીવન ટૂંકાવ્યું
অসম চৰকাৰৰ চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ ডিব্ৰুগড় জিলাৰ নৱ নিযুক্ত অধ্যক্ষ হিচাপে পুনৰ বাৰ দায়িত্ব লাভ কৰিছে সুশীল তাছাই
অসম চৰকাৰৰ চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ ডিব্ৰুগড় জিলাৰ নৱ নিযুক্ত অধ্যক্ষ হিচাপে পুনৰ...
UP का शातिर अपराधी: 16 की उम्र में कत्ल के बाद खुद का गिरोह बनाकर लूटपाट, पुलिस के लिए बना सिरदर्द; गिरफ्तार
दारागंज थाने की पुलिस ने 21 वर्षीय एक युवक को उसके साथी समेत लूटी गई मोटरसाइकिल के साथ गिरफ्तार...
ZEE 24 Kalak Headlines @ 9 AM: 30/10/2022 | Zee News
ZEE 24 Kalak Headlines @ 9 AM: 30/10/2022 | Zee News
વડીયા શહેરમાં કોંગ્રેસ દ્વારા રેલી યોજી સૂત્રોચાર કરી મોંઘવારીના માર સામે અનોખો વિરોધ કર્યો
આજરોજ વડીયા કોંગ્રેસ દ્વારા અનોખો વિરોધ પ્રદર્શન કરવામાં આવ્યું હતું? વડીયા શહેરની મુખ્ય બજારોમાં...