ঐতিহাসিক চৰাইদেউ মৈদামৰ সমীপতে থকা চৰাইদেউ দেওশালত আজি বৃক্ষৰোপণ আৰু চাফাই কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অৱহেলিত তথা উপেক্ষিত হৈ থকা চৰাইদেউ দেওশালক হাবি জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই স্থানক সংৰক্ষণ কৰিবলৈ চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিগত দুটা বছৰে চেষ্টা চলাই আহিছে। ইয়াৰ অংশ স্বৰূপে আজি বৃক্ষৰোপণ আৰু চাফাই কাৰ্যসূচী গ্ৰহণ কৰা হয়। মন কৰিবলগীয়া যে চৰাইদেউ দেওশালৰ বৃহৎ পৰিসৰৰ মাটিকালি বেদখল হোৱাৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ দেওশালক সংৰক্ষণ কৰিবলৈ চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অনুৰোধ জনাইছে চৰকাৰৰ প্ৰতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Google Pixel 8a भारत में 52,999 रुपये की कीमत में हुआ लॉन्च, जानिए गूगल के सबसे लेटेस्ट अफोर्डेबल फोन की खूबियां
Google Pixel 8a स्मार्टफोन Tensor G3 चिपसेट के साथ लॉन्च हो गया है। गूगल का यह अफोर्डेबल प्रीमियम...
চিলাকলা খকনগুৰি তিনিআলী ব্যৱসায় সন্থাৰ সৌজ্যনত আন্তঃমাজুলী দিবা নৈশ প্ৰাইজমনি কেৰেম প্ৰতিযোগিতা
চিলাকলা খকনগুৰি ব্যবসায় সন্থাৰ সৌজন্যত আন্ত:মাজুলী দিৱা নৈশ প্ৰাইজমনি কেৰেম প্ৰতিযোগিতাৰ আয়োজন...
बस ऑपरेटर ऐसोशीयशन कोटा सम्भाग की हुई बैठक
आज भीतरिया कुंड पर कोटा सम्भाग बस ऑपरेटर ऐशोसियसन की बैठक आयोजित हुई जिसमे मुख्य अतिथि सत्य...
તળાજા નજીક આવેલ ગુરુદત્તાત્રે આશ્રમે તુલસી વિવાહ લઈને મિટિંગ યોજી
તળાજા પાલીતાણા રોડ ઉપર આવેલ દિવાળીયા ધાર ખાતેના સુપ્રસિદ્ધ ગુરુદત્તાત્રે આશ્રમ ખાતે આગામી નવા...
विमला बनी गौतम समाज लहरिया क्वीनः गौतम समाज महिला मण्डल ने मनाया धूमधाम से लहरिया महोत्सव
बून्दी। गौतम समाज महिला मण्डल द्वारा लहरिया महोत्सव बड़ी ही धूमधाम गौतम छात्रावास में मनाया...