সোণাৰিৰ ইউনিক পইণ্ট একাডেমীৰ শিক্ষকে এগৰাকী ছাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ অভিভাৱকৰ।শিক্ষকৰ প্ৰহাৰত অঞ্জলি শৰ্মা নামৰ ছাত্ৰী গৰাকীয়ে কাণেৰে নুশুনাৰ অভিযোগ অভিভাৱকৰ। সোমবাৰে শিক্ষকে প্ৰহাৰ কৰা ছাত্ৰী গৰাকীক বৰ্তমান উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ পাছত আজি একাংশ অভিভাৱক বিদ্যালয়খনত উপস্থিত হৈ জবাবদিহি কৰে শিক্ষক জনৰ লগতে বিদ্যালয় কৰ্তৃপক্ষক। আনহাতে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ সমগ্ৰ খৰচ ব্যয় কৰা হ'ব বুলি অভিভাৱক সকলৰ আগত প্ৰতিশ্ৰুতি দিয়ে বিদ্যালয় কৰ্তৃপক্ষই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'मटका जुगार अड्डयावर छापा ११ आरोपी अटक ०३ लाख रुपयांचा मुद्देमाल जप्त'
भुई आळी नवीन कॅनॉलच्या बाजुला फुरसुंगी येथे पत्र्याच्या पडवीत मोकळया जागेत स्वताच्या...
ગુજરાતની 112 ટોપ કંપનીઓમાં "પીએમ ઇન્ટરશીપ" યોજનામાં જોડાવાની ઉત્તમ તક
દાહોદ જીલ્લાના ઉમેદવારોને ગુજરાતની 112 ટોપ કંપનીઓમા પીએમ ઈન્ટરનશીપ યોજનામા જોડાવાની ઉતમ તક (...
दीपावली पर देसी मिट्टी से निर्मित खास अनूठे भगवा दीपक से रोशनी करे
समाजसेवी डॉक्टर दुर्गा शंकर सैनी का कुंभकारों के घर उजियारा बिखरने का प्रयास
कुंभकारों की...
શ્રીજીનગર સોસાયટીમાં પાયાની સુવિધાનો અભાવ: નગરપાલિકા ચીફ ઓફિસરને રજૂઆત
હળવદ શહેરની સાંદિપની સ્કૂલ પાછળ આવેલી શ્રીજીનગર સોસાયટીમાં પાયાની સુવિધા પણ ન મળતા સ્થાનિકો...
PM Modi Speech at INS Vikrant : Watch Video
PM Modi Speech at INS Vikrant : Watch Video