মৰঙি কনিষ্ঠ মহাবিদ্যালয়ত নতুনক আদৰাৰ আকৰ্ষনীয় অনুষ্ঠান। 

মৰঙি কনিষ্ঠ মহাবিদ্যালয়ত মঙলবাৰে নৱাগত আদৰণি সভা বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৷ মৰঙি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰী সকলৰ পৃষ্ঠপোষকতাত ২০২২ - ২৩ বৰ্ষৰ নৱাগত ছাত্ৰ ছাত্ৰী সকলক মহাবিদ্যালয়লৈ উষ্ম আদৰণি জনোৱাৰ লগতে মহাবিদ্যালয়ৰ নীতি আদৰ্শ গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে সংকল্পবদ্ধ কৰে ৷ আজিৰ এই অনুষ্ঠানে এক সুন্দৰ পৰিৱেশৰ সূচনা কৰিছে । কেইবাটাও কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত কৰি ন পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাতৃত্ববোধ অক্ষুন্ন ৰখাৰ সংকল্পৰে আদৰনি জনায়।