ভিক্টৰ দাসক মুক্তিৰ দাবী কমলপুৰৰ পানীটেমাবাসীৰ। টেট শিক্ষক হিচাপে পানীটেমাত কৰ্মৰত ভিক্টৰ দাস। পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভিক্টৰ। ভিক্টৰ দাসক এগৰাকী সু শিক্ষক আখ্যা অঞ্চলটোৰ ৰাইজৰ। নিয়মীয়াভাৱে বিদ্যালয়ত পাঠদান কৰিছিল ভিক্টৰ দাসে। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবেই আইনী মেৰপেছত সোমোৱা বুলি মন্তব্য। অঞ্চলটোৰ ৰাইজে ভিক্টৰ দাসৰ মুক্তিৰ দাবী জনাইছে। আনহাতে ইয়াৰ বিপৰীত স্থিতিত একাংশ অভিভাৱক। ভিক্টৰ দাসে বিদ্যালয়ত নিয়মিত উপস্থিত নথকাৰ অভিযোগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોટાદખાતે વરસાદનાં આગામન સાથે ખેડૂતો ખુશખુશાલ,શહેરીજનોને ગરમીથી મળી રાહત..ભાવનગર રોડ પર પાણી ભરાયાં
બોટાદખાતે વરસાદનાં આગામન સાથે ખેડૂતો ખુશખુશાલ,શહેરીજનોને ગરમીથી મળી રાહત..ભાવનગર રોડ પર પાણી ભરાયાં
બાળકોને મોબાઈલથી દૂર રાખો નહિ તો આવી પરિસ્થિતિ થશે
બાળકોને મોબાઈલથી દૂર રાખો નહિ તો આવી પરિસ્થિતિ થશે
Manipur में Activist Loitongbam के घर तोड़फोड़ के मामले में UN Human Rights ने सरकार से क्या कहा?
Manipur में Activist Loitongbam के घर तोड़फोड़ के मामले में UN Human Rights ने सरकार से क्या कहा?
ৰাজ্যত পুনৰ বোৱাৰীৰ নিৰ্যাতন, শাহুৱেক আৰু স্বামীয়ে মিলি প্ৰানে মৰা চেষ্টা।
ৰাজ্যত পুনৰ বোৱাৰীৰ নিৰ্যাতন, শাহুৱেক আৰু স্বামীয়ে মিলি প্ৰানে মৰা চেষ্টা।
এই ঘটনা সংঘটিত হৈছে...
વાઘોડિયા વિધાન સભા બેઠકના ભાજપના ઉમેદવાર અશ્વિનભાઈ પટેલ ની જરોદ ખાતે ભવ્ય સ્વાગત કરવામાં આવ્યું હતું
વાઘોડિયા વિધાનસભા બેઠકના ભાજપના ઉમેદવાર અશ્વિનભાઈ પટેલ નું જરોદ ખાતે ભવ્ય સ્વાગત કરવામાં આવ્યું...