ভিক্টৰ দাসক মুক্তিৰ দাবী কমলপুৰৰ পানীটেমাবাসীৰ। টেট শিক্ষক হিচাপে পানীটেমাত কৰ্মৰত ভিক্টৰ দাস। পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভিক্টৰ। ভিক্টৰ দাসক এগৰাকী সু শিক্ষক আখ্যা অঞ্চলটোৰ ৰাইজৰ। নিয়মীয়াভাৱে বিদ্যালয়ত পাঠদান কৰিছিল ভিক্টৰ দাসে। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবেই আইনী মেৰপেছত সোমোৱা বুলি মন্তব্য। অঞ্চলটোৰ ৰাইজে ভিক্টৰ দাসৰ মুক্তিৰ দাবী জনাইছে। আনহাতে ইয়াৰ বিপৰীত স্থিতিত একাংশ অভিভাৱক। ভিক্টৰ দাসে বিদ্যালয়ত নিয়মিত উপস্থিত নথকাৰ অভিযোগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विकासकामांसाठी शासन पाठीशी, जनहिताची कामे थांबणार नाहीत- मुख्यमंत्री एकनाथ शिंदे
पुणे विभागातील जनहिताच्या विकासकामांसाठी कोणत्याही प्रकारे निधीची कमतरता भासू दिली जाणार नाही....
लकी अली ने अकेलेपन और मुसलमान होने पर लिखा इमोशनल पोस्ट- आपको दोस्त छोड़ देंगे, दुनिया आतंकवादी कहेगी।
मशहूर एक्टर महमूद के सिंगर बेटे लकी अली ने अकेलेपन और भारत में मुसलमानों की स्थिति को लेकर एक ऐसा...
মৰাণত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৯৬ তম জন্মদিৱস উদযাপন
মৰাণত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৯৬ তম জন্মদিৱস উদযাপন