অবশেষত শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত মানশিৰি বাসীৰ বাবে আহিল সুখৰ খৱৰ ৷ আৰম্ভ হ’ল একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৷ মানশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ শুভাৰম্ভ কৰা হয় ৷ লগতে বিদ্যালয়খনৰ শ্ৰেণী কোঠাৰ শুভাৰম্ভ কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৷ স্থানীয় ৰাইজ তথা শিক্ষাৰ্থী সকলে ৰঙাপৰা সমষ্টিৰ মানশিৰি বিদ্যালয় খনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ বাবে দাবী জনাই অহাৰ পিচতে চৰকাৰে উক্ত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নিতকৰণ কৰে। উল্লেখ্য যে উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে উচ্চ শিক্ষাৰ বাবে অন্য ঠাইলৈ যাবলগীয়া হৈছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુર બસ પોર્ટમાં પાર્કિંગ ચાર્જ બંધ કરવાની માંગ સાથે જન આંદોલન
પાલનપુર બસ પોર્ટમાં પાર્કિંગ ચાર્જ બંધ કરવાની માંગ સાથે જન આંદોલન
जनावरांच्या सुरक्षेसाठी गोठ्यात केला जातोय कडुलिंबाच्या पाल्याचा धूर
कन्नड: जनावरांच्या सुरक्षेसाठी गोठ्यात केला जातोय कडुलिंबाच्या पाल्याचा धूर तालुक्यातील करजखेड,...
Breaking News: सड़क हादसे का शिकार हुए Delhi Police के दो इंस्पेक्टर, मौके पर ही मौत | Aaj Tak
Breaking News: सड़क हादसे का शिकार हुए Delhi Police के दो इंस्पेक्टर, मौके पर ही मौत | Aaj Tak
इस साल मिल सकती है कॉल करने पर नंबर के साथ नाम डिस्प्ले की सुविधा, जल्द शुरू होगा ट्रायल
टेलीकॉम विभाग जल्द ही कॉलर नेम प्रेजेंटेशन (CNAP) यानी नंबर के साथ काल करने वाले के नाम के...