#গুৱাহাটীত অনুষ্ঠিত “সংস্কৃতি সংগম ২০২২” শীৰ্ষক নৃত্য প্ৰতিযোগীতাত এই সফলতা। প্ৰতিযোগীতাখনত Dance Acadamyখনৰ ১৩ গৰাকীৰ ভিতৰত আটাইয়ে কেবাটাও দিশত Best Award ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে।