দৰং-ওদালগুৰি সীমান্তৱৰ্তী বৈনাৰা গাঁৱত জাপানীজ এনকেফেলাইটিছত শিশুৰ মৃত্যু ।

২ নং বৈনাৰা সত্ৰ প্ৰা: বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী বনশ্ৰী ৰাজবংশীৰ মৃত্যু।

ৰোগত আক্ৰান্ত হৈ ২৬ দিনে চিকিৎসাধীন হৈ আছিল GMCH ত। শিশুটিৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।