আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি গ্ৰাম্য মণ্ডলৰ অন্তগত উত্তৰ ধেমাজি নং ৩ শক্তিকেন্দ্ৰৰ ১০৬ আৰু ১০৭ নং বুৰ্থত বুথ সৱলীকৰণ অভিযানত অংশগ্ৰহণ কৰে জিলা মিডিয়া কোষৰ সন্মানীয় আহ্বায়ক তথা শক্তি কেন্দ্ৰৰ বিস্তাৰক শ্ৰীযুত অতুল কুমাৰ চমূৱা, মণ্ডল সভাপতি অনন্ত গগৈৰ লগতে মণ্ডল আৰু বুথৰ কাৰ্যকতা সকল।
সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে বুথ সৱলীকৰণৰ গুৰুত্ব অপৰিসীম। বুথ শক্তিশালী মানেই সাংগঠনিক ভেটি সুদৃঢ় হোৱা।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/03/nerity_5eddf6f52fdf50ebe6034838f225ed75.jpg)