কমনৱেলথ গেমছত জয়েৰে যাত্ৰা আৰম্ভ অসম কন্যা লাভলীনাৰ।কমনৱেলথ গেমছৰ দ্বিতীয় দিনটোত লাভলীনা বৰগোহাঁয়ে নিজৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ প্ৰতিদ্বন্দি গৰাকীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত লাভলীনাই এৰিয়ান নিকলছনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাই ৭০ কিলোগ্ৰাম শাখাত এই সফলতা লাভ কৰিছে।ইয়াৰ লগে লগে লাভলীনাই প্ৰতিযোগিতাৰ কোৱাৰ্টা ফাইনেলত প্ৰৱেশ কৰিছে। ৰাউণ্ড অফ-১৬ত সফলতাৰে যাত্ৰা আৰম্ভ কৰা লাভলীনাই এৰিয়ান নিকলছনক ৫ঃ০ ব্যৱধানত পৰাস্ত কৰিছে।তেওঁ পৰৱৰ্তী মেচ ৩ আগষ্টত ৱেলছৰ প্ৰতিদ্বন্দিৰ বিৰুদ্ধে খেলিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Elon Musk की Tesla ने अभी तक नहीं बताई भारत में कारोबार की योजना, नई EV Policy पर भी चुप्पी
Tesla के सीईओ Elon Musk को 21-22 अप्रैल को भारत आना था लेकिन अंतिम समय में उन्होंने अपना दौरा टाल...
રાજુલા તાલુકાના ભેરાઈ ગામે વિજયાદશમી નિમિત્તે શસ્ત્ર પૂજન કરાયું
રાજુલાના ભેરાઇ ગામે વિજયાદશમી નિમિતે શસ્ત્ર પૂજન કરાયું..
સમગ્ર રાજ્યભરમાં વિજયાદશમી નિમિતે...
સોમનાથ મંદિર ખાતે કવરેજ પર પ્રતિબંધ ફરમાવતા પત્રકારોનું ધરણા પ્રદર્શન
સોમનાથ મંદિર ખાતે કવરેજ પર પ્રતિબંધ ફરમાવતા પત્રકારોનું ધરણા પ્રદર્શન
બટકવાડા ગામે રહેણાંક મકાનમાં દારૂ ઝડપી પાડ્યો
મહીસાગર જિલ્લાની સંતરામપુર પોલીસ ગ્રામ્ય વિસ્તારોમાં સમન્સ જેવી કામગીરીમાં પેટ્રોલિંગમાં હતી તે...