শোনিতপুৰৰ চাৰিদুৱাৰত বৃক্ষ ৰোপন কাৰ্য্যসূচী। 30 Bn CRPF ৰ উদ্যোগত এই বৃক্ষ ৰোপন কাৰ্য্যসূচী।উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ এক নিৰ্দেশ মৰ্মে CRPF ৰ অধীনস্থ এলেকোটো ত বৃক্ষ ৰোপন কৰি অঞ্চল সেউজীয়া কৰাৰ বাবে এনে কাৰ্য্যসূচী ৰূপায়ন কৰিছে। আজি চাৰিদুৱাৰৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিদুৱাৰত CRPFৰ উদ্যোগত প্ৰায় ১২০০ গছ পুলি ৰোপন কৰা হয়। এই কাৰ্য্যসূচীৰ শুভাৰাম্ভ কৰে 30 Bn CRPF ৰ কামাণ্ডেট অৰুন কুমাৰ মিনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विद्युत लाईन को अण्डर ग्राउण्ड निकालने को लेकर डीएम को सौंपा ज्ञापन
जनता कॉलोनी कच्ची बस्ती रजतगृह गृह गेट नं06 के पीछे की कोलोनी में आश्रम की ओर आने जाने के रास्ते...
Gadhada|| મોટી કુંડળ ગામે જુગાર રમતા કુલ છ ઈસમો ઝડપાયા #news #botadnews #botad #jugar #botadpolice
Gadhada|| મોટી કુંડળ ગામે જુગાર રમતા કુલ છ ઈસમો ઝડપાયા #news #botadnews #botad #jugar #botadpolice
સ્ટેન્ડીગ કમિટી માંથી બે નગર સેવકના રાજીનામાં અપાયા કે લેવાયા ચર્ચા
સ્ટેન્ડીગ કમિટી માંથી બે નગર સેવકના રાજીનામાં અપાયા કે લેવાયા ચર્ચા
UGC NET 2022 Result: दिसम्बर और जून में हुई परीक्षा के परिणाम होंगे जारी, ऐसे करें चेक
पिछले साल दिसम्बर और इस साल जून महीने में हुई यूजीसी नेट परीक्षा के परिणाम घोषित होने वाले हैं....
চিবিআইক স্মাৰক পত্ৰ প্ৰদেশ কংগ্ৰেছৰ: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী
অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ...