উৎকুচ লৈ হাতে লুটে ধৰা পৰিল এইবাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। তামুলপুৰৰ দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (SI) গোপাল দলেই আৰক্ষী চকীত উৎকুচ লোৱাৰ সময়তে হাতে-লুটে ধৰাত পেলায় দুৰ্নীতি নিবাৰক শাখাই। বৰ্তমানো আৰক্ষী চকীত অভিযান অব্যাহত দুৰ্নীতি নিবাৰক শাখাৰ।ব্যৱসায়ীৰ পৰা উৎকুচ লৈছিল আৰক্ষী বিষয়া গৰাকীয়ে।ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ কোঠাত অভিযানকাৰী দলৰ মাৰাথান অভিযান অব্যাহত। SI গোপাল দলেই উৎকোচ লোৱা ধন লুকাই ৰাখিছে তেওঁৰ কোঠাত। এই পৰ্যন্ত দুৰ্নীতি নিবাৰক শাখাই অভিযান অব্যাহত ৰাখিছে আৰক্ষী চকীত।ধন লোৱা প্ৰমাণিত হৈছে ইতিমধ্যে ।স্থানীয় ব্যৱসায়ী এগৰাকীৰ পৰা ২০ হেজাৰ টকা দাবী কৰাৰ অন্তত ইয়াৰে ৭ হেজাৰ টকা তুলি দিছিল আৰক্ষী বিষয়া গৰাকীৰ হাতত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
RBI MPC Meeting: नहीं होने वाली Home Loan की EMI कम, Repo Rate जस का तस | Shaktikanta Das
RBI MPC Meeting: नहीं होने वाली Home Loan की EMI कम, Repo Rate जस का तस | Shaktikanta Das
विजेच्या कडकडासह पावसाने हजेरी लावल्याने रब्बी पिकाचे मोठे नुकसान
विजेच्या कडकडासह पावसाने हजेरी लावल्याने रब्बी पिकाचे मोठे नुकसान
पाचोड ( विजय चिडे) पाचोड सह...
થરાદમાં એલ.સી.બી. પોલીસે ચોરીના 4 બાઇકો સાથે 2 શખ્સોને ઝડપ્યા
બનાસકાંઠાની એલ.સી.બી પોલીસે થરાદમાંથી ચોરીના 4 બાઈકો સાથે 2 શખ્સોને દબોચી લીધા હતા. થરાદના ઝેટા...
સુરેન્દ્રનગર: નાના ત્રાડીયા ગામની પ્રાથમિક શાળાના શિક્ષિકા મિતલ ઠક્કરનુ સન્માન કરાયુ| Surendranagar
સુરેન્દ્રનગર: નાના ત્રાડીયા ગામની પ્રાથમિક શાળાના શિક્ષિકા મિતલ ઠક્કરનુ સન્માન કરાયુ| Surendranagar
स्पीकर बिरला की बेटी अंजली मानहानि मामले में गूगल और X को HC ने 24 घंटे के अंदर पोस्ट हटाने का दिया निर्देश
दिल्ली हाईकोर्ट में अंजलि बिरला ने मानहानि का केस दायर किया था। उन्होंने यह केस सोशल मीडिया पर...