উৎকুচ লৈ হাতে লুটে ধৰা পৰিল এইবাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। তামুলপুৰৰ দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (SI) গোপাল দলেই আৰক্ষী চকীত উৎকুচ লোৱাৰ সময়তে হাতে-লুটে ধৰাত পেলায় দুৰ্নীতি নিবাৰক শাখাই। বৰ্তমানো আৰক্ষী চকীত অভিযান অব্যাহত দুৰ্নীতি নিবাৰক শাখাৰ।ব্যৱসায়ীৰ পৰা উৎকুচ লৈছিল আৰক্ষী বিষয়া গৰাকীয়ে।ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ কোঠাত অভিযানকাৰী দলৰ মাৰাথান অভিযান অব্যাহত। SI গোপাল দলেই উৎকোচ লোৱা ধন লুকাই ৰাখিছে তেওঁৰ কোঠাত। এই পৰ্যন্ত দুৰ্নীতি নিবাৰক শাখাই অভিযান অব্যাহত ৰাখিছে আৰক্ষী চকীত।ধন লোৱা প্ৰমাণিত হৈছে ইতিমধ্যে ।স্থানীয় ব্যৱসায়ী এগৰাকীৰ পৰা ২০ হেজাৰ টকা দাবী কৰাৰ অন্তত ইয়াৰে ৭ হেজাৰ টকা তুলি দিছিল আৰক্ষী বিষয়া গৰাকীৰ হাতত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર : કચ્છના નાના રણમાં પદયાત્રી માટે સેવા કેમ્પ | SatyaNirbhay News Channel
રાધનપુર : કચ્છના નાના રણમાં પદયાત્રી માટે સેવા કેમ્પ | SatyaNirbhay News Channel
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বৰভাগত পুতলা নাচ প্ৰদৰ্শন
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি নলবাৰী জিলা প্ৰশাসনৰ সৌজন্যত আজি বৰভাগত...
Hyderabad: पब में चल रही थी पार्टी, तभी पुलिस ने मारा छापा; 40 महिलाओं सहित 140 लोग गिरफ्तार
हैदराबाद। तेलंगाना के हैदराबाद स्थित एक पब में पुलिस की छापेमारी में 140 लोगों को हिरासत में...