আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নাৰায়ণপুৰৰ ছাত্ৰী উপাসনা বৰুৱা ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৱিষ্কাৰ আৰু উদ্ভাৱনী প্ৰতিযোগিতাত দুটাকৈ ছিলভাৰ এৱাৰ্ড আৰু IBS GLOBAL SPECIAL AWARD পাই জিলিকি উঠিছে উপাসনা বৰুৱা। ১৫-১৯ নবেম্বৰলৈকে গোৱাৰ মাৰগাঁৱৰ ৰবিন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা India International Innovation and Invention Expo INEX 2022 প্ৰতিযোগিতাত উপাসনাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি দুটাকৈ নিজৰ উদ্ভাৱন উপস্থাপন কৰিছিল । বিশ্বৰ ৰাছিয়া, পোলেণ্ড, ইৰাণ, থাইলেণ্ড আদি দেশবোৰৰ প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত উপাসনাই উপস্থাপন কৰিছিল উদ্ভাৱনা "Molasses from Bhim banana" আৰু Food product from five varietis of bananas specially Bhimkol,Purakol, Cheni champa, Bar Jahaji & Jahaji, substitute to wheat flour. লক্ষীমপুৰ জিলাৰ পশ্চিমাঞ্চলৰ খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ এই মেধাৱী শিক্ষাৰ্থী গৰাকীক এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে মেণ্টৰ হিচাপে আগবঢ়াই লৈ গৈছে তেওঁৰেই শিক্ষা গুৰু যজ্ঞোৰাম বৰাই।গোৱাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থী গৰাকীক সংগ দিছিল মেণ্টৰ যজ্ঞোৰাম বৰা আৰু escort হিচাপে শিক্ষয়িত্ৰী মানসী শইকীয়াই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अर्जुन तेंदुलकर ने IPL में अपने पिता Sachin Tendulkar का तोड़ा रिकॉर्ड, SRH के खिलाफ कर डाला यह शानदार कारनामा
नई दिल्ली, स्पोर्ट्स डेस्क। आईपीएल 2023 के 25वें मुकाबले में मुंबई इंडियंस ने सनराइजर्स...
શહેર અને જિલ્લાના અલગ અલગ વિસ્તારમાં છેલ્લા 24 કલાકમાં પ્રોહીબિશનના 3 કેસ નોંધાયા
શહેર અને જિલ્લાના અલગ અલગ વિસ્તારમાં છેલ્લા 24 કલાકમાં પ્રોહીબિશનના 3 કેસ નોંધાયા
No offset obligation in defence deals lapsed in 5 years, govt tells Rajya Sabha
India’s offset policy stipulates that in all capital purchases above ₹300 crore, the...
હાલોલ નગરપાલિકા દ્વારા G-20 સમીટ અંતર્ગત નગર ખાતે ભવ્ય સીટી વોક યોજાઈ.
વિશ્વની અર્થવ્યવસ્થા સુદ્રઢ થાય તે હેતુથી G-20 સમિટ યોજવામાં આવે છે. G-20 માં વિશ્વના 20 દેશોનો...
ઉધનામાં સ્થાનિકને ટિકિટ નહીં આપનારા પક્ષનો બહિષ્કાર
ઉધનામાં સ્થાનિકને ટિકિટ નહીં આપનારા પક્ષનો બહિષ્કાર કરવાનાં બેનર લાગ્યાં. 120 ફૂટના રોડથી માંડી...