মৰিগাঁও জিলাৰ লাহৰীঘাটত এখন হোটেলৰ মহিলা কৰ্মচাৰীক ধৰ্ষণ কৰাৰ অভিযোগত হোটেলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ঘটনা সন্দৰ্ভত লাভ কৰা খবৰ মতে যোৱা নিশা ছালমান আলী নামৰ বিবাহিতা যুৱক তথা হোটেলৰ গৰাকী জনে মহিলা কৰ্মচাৰী গৰাকীৰ ভাড়া ঘৰত প্ৰবেশ কৰি ধৰ্ষণৰ দৰে জঘন্য কাণ্ডটো সংঘটিত কৰে। এই সমষ্ট ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ এজেহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে ৩৩৯/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৫০৬ ধাৰাত এটা গোচৰ ৰুজু কৰে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম ড্ৰাগ ডিষ্টিবিউটৰৰ বান সাহায্য
মঙলদৈ পিপিৰাদোকান পটালশিং পাৰা আৰ্তজনৰ কাষত অসম ড্ৰাগ ডিষ্টিবিউটৰ আৰু কামৰূপ ড্ৰাগ...
भण्डाफोड़ संचालक गिरफ्तार अवैध असलहा फैक्ट्री का
जनपद आजमगढ़ के थाना देवगांव में,भण्डाफोड़ संचालक गिरफ्तार अवैध असलहा फैक्ट्री का।मालूम होकि जनपद...
तेरापंथ महिला मंडल, खारूपेटिया की अवचेतन मन की शक्ति कार्यशाला आयोजित
अखिल भारतीय तेरापंथ महिला मंडल द्वारा निर्देशित कार्यशाला The Power of Subconcious Mind (अवचेतन...
অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হব LUDO CUP 3th Edition 2022
অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হব LUDO CUP 3th Edition 2022
मॉरीशस ने PM मोदी को धन्यवाद दिया:ब्रिटेन ने 50 साल बाद लौटाया चागोस द्वीप, भारत ने समझौते में मदद की थी
ब्रिटेन से चागोस द्वीप हासिल करने के बाद मॉरीशस के प्रधानमंत्री प्रविंद जुगनॉथ ने भारत सरकार और...