মৰিগাঁও জিলাৰ লাহৰীঘাটত এখন হোটেলৰ মহিলা কৰ্মচাৰীক ধৰ্ষণ কৰাৰ অভিযোগত হোটেলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ঘটনা সন্দৰ্ভত লাভ কৰা খবৰ মতে যোৱা নিশা ছালমান আলী নামৰ বিবাহিতা যুৱক তথা হোটেলৰ গৰাকী জনে মহিলা কৰ্মচাৰী গৰাকীৰ ভাড়া ঘৰত প্ৰবেশ কৰি ধৰ্ষণৰ দৰে জঘন্য কাণ্ডটো সংঘটিত কৰে। এই সমষ্ট ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ এজেহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে ৩৩৯/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৫০৬ ধাৰাত এটা গোচৰ ৰুজু কৰে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાટણમાં એસીબીની ટ્રેપમાં એક મહીલા ઝડપાઈ
પાટણમાં એસીબીની ટ્રેપમાં એક મહીલા ઝડપાઈ
সমগ্র ৰাজ্যৰ লগতে মাজুলী জিলাতো প্ৰকৃত অৰুণোদয় হিতাধিকাৰী চিনাক্ত প্ৰক্ৰিয়া আৰম্ভ
সমগ্র ৰাজ্যৰ লগতে মাজুলী জিলাতো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ঘৰে ঘৰে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গঠিত...
মঙ্গলদৈত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী পুত্তলীকা দাহ
মঙ্গলদৈত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী পুত্তলীকা দাহ
બાપુને શ્રદ્ધાંજલિ આપવા રાજઘાટ પહોંચ્યા કેજરીવાલ, કહ્યું- AAP સરકારને તોડવા માટે BJP 800 કરોડ ખર્ચવાની તૈયારી કરી રહી છે
દિલ્હીના મુખ્યમંત્રી અરવિંદ કેજરીવાલે ભાજપ પર મોટો આરોપ લગાવતા દાવો કર્યો છે કે ભાજપે આમ આદમી...