ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে নদ নদীৰ জলস্তৰ ।এনে সময়তে ঢকুৱাখনাতো নৈ সমূহত বৃদ্ধি পাইছে বান।
ঢকুৱাখনা মহকুমাৰ মহকুমাৰধিপতি অৰিন্দম বৰুৱাই আজি ঢকুৱাখনাৰ মহকুমাৰ টাকাৰচুকত ব্ৰহ্মপুত্ৰ নদীৰ ক্ৰমবৰ্ধিত পৰিমাণ পৰিদৰ্শন কৰি ইয়াৰ পৰিস্থিতি বুজ লয়।
উল্লেখযোগ্য যে এমাহৰ আগতে টাকাৰচুকত নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল।