চৰাইদেউ জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। সোণালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈৰ লগতে চৰাইদেউ জিলাৰ ৫০ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৫০ খন পতাকা উত্তোলনেৰে আৰম্ভ হৈছে সামৰণি অনুষ্ঠানৰ। উল্লেখ্য যে ১৯৭০ চনৰ ৫ চেপ্তেম্বৰত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান খনে ২০২০ বৰ্ষতে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে যদিও ক'ভিড জনিত পৰিস্থিতিৰ বাবে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি পিছুৱাই দিয়া হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ২০১৯ বৰ্ষত আৰম্ভণি কৰা সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি আজিৰেপৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેવભૂમિ દ્વારકા જિલ્લામાં અલગ-અલગ ત્રણ સ્થળ ઉપર થી જુગાર ઝડપાયો
દેવભૂમિ દ્વારકા જિલ્લામાં અલગ-અલગ ત્રણ સ્થોળ ઉપર થીજુગાર ઝડપાયો
লাভ জেহাদক লৈ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যক লৈ মৰাণত তীব্ৰ প্ৰতিক্ৰিয়া অসম যুৱ মঞ্চৰ কেনীয় সভাপতিৰ।
লাভ জেহাদক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ...
हर्षउल्लास के साथ निकली भगवान की शोभायात्रा,जगह जगह फूल बरसा कर हुया स्वागत
अजयगढ:-आज रामनवमी के अवसर पर पुण्य प्रताप रामलीला समिति के द्वारा भगवान श्रीराम की भव्य...
Minister Jayanta Mallabaruah meets private ITIs
Skill Entrepreneurship and Employment Department Minister, Jayanta Mallabaruah called on a...