চৰাইদেউ জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। সোণালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈৰ লগতে চৰাইদেউ জিলাৰ ৫০ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৫০ খন পতাকা উত্তোলনেৰে আৰম্ভ হৈছে সামৰণি অনুষ্ঠানৰ। উল্লেখ্য যে ১৯৭০ চনৰ ৫ চেপ্তেম্বৰত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান খনে ২০২০ বৰ্ষতে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে যদিও ক'ভিড জনিত পৰিস্থিতিৰ বাবে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি পিছুৱাই দিয়া হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ২০১৯ বৰ্ষত আৰম্ভণি কৰা সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি আজিৰেপৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાજબી ભાવના દુકાનદારો દ્વારા વિવિધ પડતર માંગણીઓ બાબતે કાલોલ મામલતદારને આવેદન પત્ર આપ્યું . ઓગસ્ટ માસનુ ચલન નહી ભરવા તૈયારીઓ.
કાલોલ ફેર પ્રાઈઝ શોપ એસોસિએશન દ્વારા આજ રોજ કાલોલ મામલતદાર વાય જે પુવાર ને આવેદન પત્ર આપવામાં...
Swiss Bank: स्विस बैंकों में कम हुआ भारतीयों का पैसा, कुल डिपॉजिट में आई 11 प्रतिशत की गिरावट
नई दिल्ली, स्विस बैंकों में रखी हुई भारतीयों और कंपनियों की धनराशि पिछले साल 11 प्रतिशत घटकर 3.42...
India Lockdown | A Zee5 Original film | Official Trailer | Shweta B, Prateek B | Only On ZEE5
India Lockdown | A Zee5 Original film | Official Trailer | Shweta B, Prateek B | Only On ZEE5
કોંગ્રેસની કોંગ્રેસ કે સાથ માઁ કે દ્વાર યાત્રા
#buletinindia #gujarat #rajkot