আজি বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিন উপলক্ষে চৰাইদেউ জিলাৰ মৰাণ নগৰত অৱস্থিত আছুৰ মৰাণ আঞ্চলিক সমিতিৰ কাৰ্যালয় প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ আছুৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি শৈল্য বড়াই আঁত ধৰা অনুষ্ঠানত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলনৰ লগতে বিশ্ববন্দিত শিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওচৰত আলোকপাত কৰে ছাত্ৰকৰ্মীসকলে ৷ অনুষ্ঠানত আছুৰ মৰাণ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক স্বৰাজ বৰুৱাসহ সমূহ বিষয়ববীয়া, মৰাণ মহাবিদ্যালয় আছু গোটৰ সভাপতি-সম্পাদককে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वाघोली-लोहगाव चौकात वाहतूक पोलीसांची नेमणूक करा - संदीप सातव
वाघोली-लोहगाव चौकात वाहनांची होणारी कोंडी टाळण्यासाठी वाहतूक पोलीसाची नेमणूक करण्याबाबत भारतीय...
અમદાવાદ : પીએમ મોદીએ નેશનલ ગેમ્સનું કર્યું ઉદ્ઘાટન | Ahmedabad Mitra News
અમદાવાદ : પીએમ મોદીએ નેશનલ ગેમ્સનું કર્યું ઉદ્ઘાટન | Ahmedabad Mitra News
दरा-कनवास मार्ग पर ग्रास लैंड में 10फिट लंबा मगरमच्छ घुसा,रेस्क्यू कर छोड़ा
कोटा. कनवास क्षेत्र के दरा मार्ग पर नीम चौकी के सामने ग्रास लैंड में 10फिट लंबा मगरमच्छ घुस गया।...
Barkha Bisht और इंद्रनील सेनगुप्ता का तलाक कन्फर्म, 2 वर्षों से रह रहे थे अलग
Barkha Bisht Indraneil Sengupta Divorce: एक्ट्रेस बरखा बिष्ट और इंद्रनील सेनगुप्ता 13...
WhatsApp will now give up to two days to users to delete a message
WhatsApp will now give up to two days to users to delete a message