আজি বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিন উপলক্ষে চৰাইদেউ জিলাৰ মৰাণ নগৰত অৱস্থিত আছুৰ মৰাণ আঞ্চলিক সমিতিৰ কাৰ্যালয় প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ আছুৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি শৈল্য বড়াই আঁত ধৰা অনুষ্ঠানত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলনৰ লগতে বিশ্ববন্দিত শিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওচৰত আলোকপাত কৰে ছাত্ৰকৰ্মীসকলে ৷ অনুষ্ঠানত আছুৰ মৰাণ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক স্বৰাজ বৰুৱাসহ সমূহ বিষয়ববীয়া, মৰাণ মহাবিদ্যালয় আছু গোটৰ সভাপতি-সম্পাদককে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
স্মাৰ্ট মিটাৰ সংযোগৰ ফলত বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাই - এপিডিচিএল
হঠাৎ বিদ্যুতৰ মাচুল বৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক। স্মাৰ্ট মিটাৰ সংযোগৰ বাবে বিদ্যুতৰ...
બનાસકાંઠાના સાંસદ વિરુદ્ધ ફેસબુક પર અભદ્ર ટીપ્પણી કરનાર શખ્સને પોલીસે ઝડપ્યો
બનાસકાંઠાના સાંસદ ગેનીબેન ઠાકોર વિરુદ્ધ ફેસબુક પર વીડિયો બનાવી અભદ્ર ટીપ્પણી કરનાર સુરતના શખ્સને...
વડાપ્રધાન નરેન્દ્ર મોદીના માતા હીરાબેન મોદીનું 100 વર્ષની વયે નિધન
વડાપ્રધાન નરેન્દ્ર મોદીના માતા હીરાબેન મોદીનું 100 વર્ષની વયે નિધન
US Market Tension LIVE Check | अमेरिकी बाजार में ये किस बात की चिंता ? आज के लिए क्यों ये संकेत?
US Market Tension LIVE Check | अमेरिकी बाजार में ये किस बात की चिंता ? आज के लिए क्यों ये संकेत?