স্বেচ্ছাসেৱী সংগঠন 'প্ৰত্যুষ'ৰ উদ্যোগত আজি বৃহস্পতিবাৰে ৩৭ তম নেত্ৰদান পষেক উপলক্ষে এটি বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত হৈ যায় ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰালয় বিভাগৰ সৌজ্যন্যত বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত চকু চিকিৎসা শিৱিৰটোৰ সামান্তৰালভাৱে নেত্ৰদান আৰু চকু চিকিৎসা সম্বন্ধীয় এখনি সজাগতামূলক সভাও অনুষ্ঠিত হয় ৷ প্ৰত্যুষৰ সভাপতি বলোৰাম বৰুৱা আৰু সম্পাদক তপন ডেকাই আঁত ধৰা সজাগতামূলক সভাখনত চকুৰ চিকিৎসা আৰু নেত্ৰদান সম্পৰ্কে ডা: জ্যোতি ভূঞাই বহুমূলীয়া বক্তব্য প্ৰদান কৰে ৷ সজাগতা সভাখনত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা,বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলিপ ডেকা,প্ৰাক্তন ছাত্ৰনেতা বনজিৎ ডেকা,পংকজ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি অংশ গ্ৰহণ কৰে ৷ সজাগতা সভাখনৰ পিছতে অনুষ্ঠিত বিনামূলীয়া চকু চিকিৎসা শিবিৰটোত সাতগৰাকী চিকিৎসকে প্ৰায় দুই শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰে ৷ বিনামূলীয়া চিকিৎসা শিৱিৰটো চলি থকা সময়তে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে শিৱিৰটো পৰিদৰ্শন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जम्मू-कश्मीर में लोकतंत्र की जीत और अलगाववाद की हार: तरुण चुघ
कहा कांग्रेस और नेशनल कॉन्फ्रेंस गठबंधन एक 'एक्सपायर इंजेक्शन' है; दोनों ने हार स्वीकार कर ली...
ભિલોડા તાલુકાના ચિબોડામાં બંધ મકાનમાં તસ્કરોનો આતંક જોવા મળ્યો.
ભિલોડા તાલુકાના ચિબોડામાં બંધ મકાનમાં તસ્કરોનો આતંક જોવા મળ્યો.
ભિલોડા...
Food Causes Gas: एक साथ न करें इन चीज़ों का सेवन, वरना दिनभर रहेंगे गैस और पेट दर्द से परेशान
गैस ब्लोटिंग और पेट दर्द ये सब ऐसी समस्याएं हैं जिनकी वजह से कई बार बहुत ज्यादा परेशानी हो जाती...
शराब खोरों के खिलाफ पुलिस का विशेष अभियान, जिला पुलिस अधीक्षक राजेंद्र मीणा शराब माफिया के खिलाफ बेहद सख्त।
बून्दी दारुखोरो के खिलाफ पुलिस का विशेष अभियान,
एसपी राजेंद्र कुमार मीणा के शराब माफिया,...
મહુવા પોલીસે વિદેશીદારૂ ભરેલી કાર ઝડપી પાડી.
પોલીસ સૂત્ર પાસેથી પ્રાપ્ત વિગત મુજબ મહુવા તાલુકા વલવાળા સગરામપુરા રોડ પર વિદેશી દારૂ ભરેલી કાર...