মাজুলীত ৬ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়া কৈ অনুষ্ঠিত হৈছে মাজুলী জিলা দিৱস ৷

মাজুলী জিলা দিৱসৰ 'আমাৰ মাজুলীৰ' অনুষ্ঠানত মিছিং জনগোষৎ গোমৰাগৰ লহৰে আপ্লুত কৰে সকলোকে ৷ 

লোক কৃষ্টিৰ ভড়াল মাজুলীৰ সংস্কৃতিক দিশত গোমৰাগৰ লহৰে এক সুন্দৰ প্ৰভাৱ পেলাই আহিছে ৷