কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বৰঘুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহ শিক্ষয়িত্ৰী প্ৰয়াত নিৰদা ডেকাৰ আত্মাৰ সদগতিৰ বাবে আজি সন্ধিয়া গাওঁবাসীয় বিদ্যালয় প্ৰাংগনত বন্তি প্ৰজ্বলন কৰে৷উল্লেখ্য যে যোৱা সাত আগষ্টত শিক্ষয়িত্ৰী গৰাকীয়ে ইহলীলা সম্বৰণ কৰিছিল৷আজি তেওঁ মৃত্যুৰ এমাহ পূৰ্ণ হোৱা উপলক্ষে তেওঁৰ গুনমুগ্ধ তথা একাংশ প্ৰাক্তন ছাত্ৰছাত্ৰীয়ে শহস্ৰাধিক বন্তি প্ৰজ্বলন কৰি প্ৰয়াত শিক্ষয়িত্ৰী গৰাকীলৈ গভীৰ শ্ৰদ্ধা জনোৱাৰ লগতে আত্মাৰ সদগতি কামনা কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আলাবৈত মোগলৰ বিৰুদ্ধে যুঁজি একেদিনাই ১০ হাজাৰ অসমীয়া সেনাই প্ৰাণ দিয়া শ্বহীদসকলক টাইপাৰ শ্ৰদ্ধাঞ্জলি
সাহস আৰু আত্ম বলিদানৰ অনুপম নিদৰ্শন আলাবৈ ৰণ। অসমৰ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থকা ১৬৬৯ চনৰ ৫...
કેશોદ ખાતે ભાદરવી પૂનમના દિવસે સમસ્ત બ્રહ્મસમાજ ની બ્રહ્મ ચોર્યાસી યોજવામાં આવી હતી
કેશોદ ખાતે ભાદરવી પૂનમના દિવસે સમસ્ત બ્રહ્મસમાજ ની બ્રહ્મ ચોર્યાસી યોજવામાં આવી હતી
আম আদমী পাৰ্টীত যোগদান কাৰ্যসূচী
আম আদমী পাৰ্টীত যোগদান কাৰ্যসূচী
ৰাজ্যিক নেত্ৰী তথা মুখপাত্ৰ পলাক্ষী দাসে আন চাৰিগৰাকী...
महाराष्ट्र में कानून-व्यवस्था पूरी तरह ध्वस्त’, बाबा सिद्दीकी की हत्या पर सियासी उफान
महाराष्ट्र सरकार में सहयोगी राष्ट्रवादी कांग्रेस पार्टी (NCP) के वरिष्ठ नेता बाबा जियाउद्दीन...
#নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক প্ৰবীণ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা শিল্পী ভোলা কটকীৰ দ্ৰুত আশু আৰোগ্যৰ বাবে অসমবাসী ৰাইজৰ শুভাশিস বিচাৰিছে পৰিয়ালৰ লোকে।
নটসূৰ্য ফনী শৰ্মা বঁটা প্ৰাপক প্ৰবীন মঞ্চ আৰু চলচিত্ৰ অভিনেতা শিল্পী ভোলা কটকী এতিয়াও তেজপুৰ...