হোজাইত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ।প্ৰায়ে খাদ্যৰ সন্ধান ত বনাঞ্চল ৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলাই আহিছে বন্যহস্তীৰ যাকে হোজাইৰ দাঁতিকাষৰীয়া অঞ্চলত। যোৱা নিশা হোজাইৰ কোমোৰাকটা অঞ্চলত তিনিটা পৰিয়ালৰ ভঁৰাল আৰু বাসগৃহৰ ক্ষতি সাধন কৰে। ক্ষতি সাধন কৰা গৃহস্থ কেইজন ক্ৰমে মিথুন থাউচ্ছেন, ভৱেশ্বৰ কেম্পৰাই, প্ৰকাশ কেম্পৰাই ৰ। উল্লেখ যে আজি কিছুদিনৰ পৰা নিতৌ বন্যহস্তীৰ দুজনীয়া দলে হোজাইৰ কোমোৰাকটা ,ৰাইকটা, বিষ্ণুপুৰ, আমতলা আদি অঞ্চলত খাদ্যৰ সন্ধানত বহু ক্ষয়ক্ষতি কৰি আহিছে, কিন্তু বনবিভাগৰ পৰা কোনোধৰণৰ তহল দিয়া বা বন্যহস্তীৰ জাকক খেদি পঠিওৱা ৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ
শিৱসাগৰঃ শিৱসাগৰ শিৱসাগৰ জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ...
कोटा में नहीं रुक रहे छात्रों के आत्महत्या के मामले, अब यूपी की नाबालिग छात्रा ने किया सुसाइड
कोटा में खुदकुशी के मामले लगातार बढ़ते ही जा रहे हैं। इन मामलों को रोकने के लिए सरकार ने कई कदम भी...
વડોદરા: નંદેસરીમાં આવેલા રૂપાપુરાની પ્રાથમિક શાળાના ઓરડા ખખડધજ્જ હાલતમાં| Vadodara School ViralVideo
વડોદરા: નંદેસરીમાં આવેલા રૂપાપુરાની પ્રાથમિક શાળાના ઓરડા ખખડધજ્જ હાલતમાં| Vadodara School ViralVideo
30 सितंबर से 9 अक्टूबर तक का मौसम,तूफान नोरू मचाएगा देश के कई भागों में कहर, बारिश तूफान से सावधान।
30 सितंबर से 9 अक्टूबर तक का मौसम,तूफान नोरू मचाएगा देश के कई भागों में कहर, बारिश तूफान से सावधान।