কাজিৰঙাত পথ নিৰ্মাণত নামিল গাওঁৰ ৰাইজ। বৰবিল মিচিং গাওঁৰ ৰাইজে অৱশেষত নিজেই নামিল পথ মেৰামতিত। উল্লেখ্যে যে নিৰ্বাচনৰ সময়ত বিধায়ক তথা মন্ত্ৰী অতুল বৰাই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বৰবিল-মিচিং গাওঁৰ পথটোৰ দুৰৱস্থাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাওঁখনৰ ৰাইজে। উপায়ন্তৰ হৈ ৰাইজে নিজেই পথটো মেৰামতি কৰাৰ সিদ্ধান্ত লয়।স্মৰ্তব্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২য় সংযোজনৰ অধীনত পৰাৰ বাবেই গাওঁখনত বন্ধ কৰি ৰখা হৈছে সকলো উন্নয়নমূলক কাম কাজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सिद्धिविनायक कॉम्प्लेक्स येथे गणेश मुर्ती स्टॉलचे उद्घाटन@news23marathi
सिद्धिविनायक कॉम्प्लेक्स येथे गणेश मुर्ती स्टॉलचे उद्घाटन@news23marathi
গৌৰৱ গগৈৰ ফেন ক্লাৱৰ উদ্যোগত ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে মাৰাথন
নৱপ্ৰজন্ম যাতে ড্ৰাগছৰ কৱলত পৰি জীৱন ধ্বংস নহয় তাৰ বাবে এক বিশেষ প্ৰচেষ্টা সাংসদ গৌৰৱ গগৈৰ৷ গৌৰৱ...
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত শিশু আৰু মাতৃসেৱা কোষৰ ভৱন উদ্বোধন মন্ত্ৰী ৰণোজ পেগুৰ
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ড০ ৰণোজ পেগুৱে শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ...
कितने कर्मचारी थे, British East India Company में, कितना लूटकर ले गए? | Tarikh E646
कितने कर्मचारी थे, British East India Company में, कितना लूटकर ले गए? | Tarikh E646