কাজিৰঙাত পথ নিৰ্মাণত নামিল গাওঁৰ ৰাইজ। বৰবিল মিচিং গাওঁৰ ৰাইজে অৱশেষত নিজেই নামিল পথ মেৰামতিত। উল্লেখ্যে যে নিৰ্বাচনৰ সময়ত বিধায়ক তথা মন্ত্ৰী অতুল বৰাই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বৰবিল-মিচিং গাওঁৰ পথটোৰ দুৰৱস্থাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাওঁখনৰ ৰাইজে। উপায়ন্তৰ হৈ ৰাইজে নিজেই পথটো মেৰামতি কৰাৰ সিদ্ধান্ত লয়।স্মৰ্তব্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২য় সংযোজনৰ অধীনত পৰাৰ বাবেই গাওঁখনত বন্ধ কৰি ৰখা হৈছে সকলো উন্নয়নমূলক কাম কাজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गिधाडा येथील रस्ता सुरक्षा संदर्भात सार्वजनिक बांधकाम विभागास निवेदन..
आज गिरजापुर ( गिधाडा ) गावातील रस्त्यावर वारंवार झालेले व होत असलेले अपघात रोखण्यासाठी आज सरपंच...
पंचमी का श्राद्ध: देश दुनिया के दिवंगत वैज्ञानिकों की आत्मशांति के लिए किया तर्पण
कर्मयोगी सेवा संस्थान की ओर से रोटेदा रोड स्थित जिला मुख्यालय पर आयोजित किए जा रहे 16 दिवसीय...
কি এই জেড প্লাছ ছিকিউৰিটি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ নিৰাপত্তা।কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ পূবৰ...
अमेरिकी राष्ट्रपति बाइडन ही नहीं, इन नेताओं को भी PM मोदी ने दिए खास गिफ्ट्स; लिस्ट में ट्रंप-ओबामा भी शामिल
नई दिल्ली, प्रधानमंत्री नरेन्द्र मोदी इस समय अमेरिका की यात्रा पर हैं। इस दौरान उन्होंने...