একক ইঞ্জিনযুক্ত নাওঁ পানীত ৰখাই থোৱা অৱস্থাতে অভাৰলোডৰ বাবে ফেৰী খনত পানী সোমায়।ফেৰী এৰাৰ প্ৰায় পাঁচ মিনিট আগত যাত্ৰীৰ ভৰি ভিজাত ঘাটত যাত্ৰী সকলৰ মাজত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়।ফেৰীৰ টয়লেটৰ কুমুদেৰে সোমাইছিল পানী।