GOLAGHAT BREAKING:- 

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

গোলাঘাটৰ থুৰামুখত তিব্ৰবেগি বলিভৰ্তি ডাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল এখন স্বিফট ডিজাইৰ বাহনত দুজন লোকৰ অবস্থা অতি সংকট জনক।

##গোলাঘাটৰ থুৰামুখত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AS 23CC 4404 নম্বৰৰ এখন বালিভৰ্তি ডাম্পাৰ বাগৰি পৰিল AS 19D 5940 নম্বৰৰ এখন চুইফট ডিজাইৰত ।##

## চুইফট ডিজাইৰত ভিতৰত আবদ্ধ হয় থকা দুজন লোকৰ অবস্থা অতি সংকট হয় থকা বুলি জানিব পৰা গৈছে । খবৰ পোৱা পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ এজনক উদ্ধাৰ কৰে । বৰ্তমানলৈকে চিনাক্ত হোৱা নাই আহত ব্যক্তি কেইজনৰ পৰিচয় । ##

##আহত ব্যক্তিকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে আৰু আহত সকলক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা ব্যবস্থা কৰে।