অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী-পৰিয়ালে সংঘটিত কৰা কেলেংকাৰীৰ তদন্তৰ দাবীত আজি নতুন দিল্লীত চি বি আইৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ হৈ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই চিবিআই ৰ নতুন দিল্লীস্থ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কালি অসম প্ৰদেশ কংগ্ৰেছৰ তিনি শতাধিক নেতা-কৰ্মীয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কলেংকাৰীৰ তদন্তৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
১৩ সংখ্যক জিয়াউৰ ৰহমান সোঁৱৰণী মৰাণ আন্তঃস্কুল ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন হল তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয় দল ।
মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদোগত অভয়পুৰস্থিত মৰাণ স্পৰ্টচ কমপ্লেক্সত ১৩ সংখ্যক জিয়াউৰ ৰহমান সোঁৱৰণী...
वन भ्रमण कर छात्राओं ने जाना अभयारण्य के वन्य जीवों के बारे में
वन भ्रमण कर छात्राओं ने जाना अभयारण्य के वन्य जीवों के बारे मेंवन्यजीव सप्ताह के तहत छात्राओं ने...
खेडमधील कशेडी घाटात ट्रकचा अपघात, वाहतूक पूर्ववत
खेड : तालुक्यातील कशेडी घाटात अपघातांचे प्रमाण वाढले आहे. शनिवार 1 ऑक्टोबर रोजी सायंकाळी 4...
રાજકોટ ગ્રામ્ય વિસ્તારોમાં આમ આદમી પાર્ટી દ્વારા બેઠક યોજવામાં આવી
રાજકોટ તાલુકાના માખવડ સહિત ગ્રામ્ય વિસ્તારમાં આમ આદમી પાર્ટી દ્વારા બેઠક નું આયોજન કરવામાં આવ્યું...
અમરેલી જિલ્લામાં વર્ષ ૨૦૨૩-૨૦૨૪ માં માર્ગ અકસ્માતની સંખ્યા અને મૃત્યુની સંખ્યામાં ૨૫ ટકા સુધી ધટાડો કરવાનો લક્ષ્ય
રોડ સેફ્ટી એક્શન પ્લાન ૨૦૨૩-૨૦૨૪
અમરેલી જિલ્લામાં વર્ષ ૨૦૨૩-૨૪માં માર્ગ અકસ્માતની સંખ્યા...