অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী-পৰিয়ালে সংঘটিত কৰা কেলেংকাৰীৰ তদন্তৰ দাবীত আজি নতুন দিল্লীত চি বি আইৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ হৈ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই চিবিআই ৰ নতুন দিল্লীস্থ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কালি অসম প্ৰদেশ কংগ্ৰেছৰ তিনি শতাধিক নেতা-কৰ্মীয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কলেংকাৰীৰ তদন্তৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
1400 kgs of Ganja (Marijuana) burnt by Meghalaya Police
Meghalaya Police recently burnt more than 1400 kgs of Ganja which was recovered at the Star...
ભાભર ખાતે ભાજપ દ્વારા વિશાળ બાઈક રેલી યોજાઇ
ભાભર ખાતે ભાજપ દ્વારા વિશાળ બાઈક રેલી યોજાઇ
પોસ્ટલ બેલેટ દ્વારા મતદાનની સુવિધા
*લોકસભા સામાન્ય ચૂંટણી-2024*
*આવશ્યક સેવાકર્મીઓ(Absentee Voters on Essential...
આરીફ મોહમ્મદ ખાને ઈતિહાસકાર ઈરફાન હબીબને ‘ગુંડા’ કહ્યા, લગાવ્યો આ મોટો આરોપ
કેરળના ગવર્નર આરિફ મોહમ્મદ ખાને દિલ્હીમાં ઈતિહાસકાર ઈરફાન હબીબ પર ઉગ્ર નિશાન સાધ્યું. ગવર્નર આરિફ...
कैंसर को इन 5 लक्षणों से पहचाने !! 5 warning signs of Cancer !!
कैंसर को इन 5 लक्षणों से पहचाने !! 5 warning signs of Cancer !!