চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন। কৰ্তব্যত গাফিলতিৰ অভিযোগ আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে। আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই নিলম্বন কৰে OC শৰৎ শইকীয়াক। শনিবাৰে কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জাপিধৰাত সংঘটিত ছাত্ৰীক আক্ৰমণৰ ঘটনাৰ পাছত কৰ্তব্যত গাফিলতিৰ অভিযোগ। দুৰ্বৃত্তই ছাত্ৰীক আক্ৰমণ কৰি পেলাই থৈ গৈছিল ঘৰৰ পিছফালে। ইফালে ঘটনা সন্দৰ্ভত সোধ-পোছৰ বাবে ৪জন যুৱকক আটক কৰিছে চৰাইদেউ জিলা আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સ્વ.જયેશભાઈ ગુજરીયા પુર્વ વિ.એચ.પી પ્રમુખ મહુવા ચોથી પુરણૅતીથી નીમીતે મહા આરતી અને 108 દિપ પ્રાગટય
સ્વ.જયેશભાઈ ગુજરીયા પુર્વ વિ.એચ.પી પ્રમુખ મહુવા ચોથી પુરણૅતીથી નીમીતે મહા આરતી અને 108 દિપ પ્રાગટય
જીવદયાપ્રેમી ઠાકોરદાસ ખત્રીએ ગુમ થયેલ બેગ મૂળ માલિકને પરત કર્યું....
જીવદયાપ્રેમી ઠાકોરદાસ ખત્રીએ ગુમ થયેલ બેગ મૂળ માલિકને પરત કર્યું....
તારીખ...
Karpoori Thakur Bharat Ratna: हम इस फैसले के लिए पीएम मोदी के आभारी हैं- Upendra Kushwaha
Karpoori Thakur Bharat Ratna: हम इस फैसले के लिए पीएम मोदी के आभारी हैं- Upendra Kushwaha
श्रीमद् भागवत कथा में शामिल हुई जिला पंचायत सदस्य श्रीमती संध्या कुशवाहा
नागौद विधानसभा क्षेत्र अंतर्गत ग्राम पंचायत भटनवारा मैं संगीत में श्रीमद् भागवत कथा का...
कारगिल विजय दिवस पर पुष्पांजलि अर्पित कर शहीदों को किया नमन
कारगिल विजय दिवस पर पुष्पांजलि अर्पित कर शहीदों को किया नमन
पीजी कॉलेज में मनाई कारगिल विजय...